স্বতন্ত্ৰস্বতন্ত্ৰতা

স্বতন্ত্ৰ বাদন (Assamese) [ Roman: swo.ton.tro ba.don]
Contributed by: Partha P Sarmah on 2009-03-23
1. (Abstract Noun) playing a musical instrument alone without a part of a group. The player, however, can be assisted by other instrument, e.g. a tabla solo can be accompanied by a harmonium, violin etc. কোনো বাদ্য যন্ত্র অকলে বা এজনীয়াকৈ পৰিবেশন কৰা। পৰিবেশনৰ সুবিধাৰ বাবে মূখ্য বাদকক আন বাদ্য যন্ত্র বাদকে সংগত কৰিব পাৰে।